চাহিনী
cāhinī
অৰ্থ
1.
আনৰ বস্ত্তৰপৰা চুৰকৈ লোবা সৰু এভাগ
a small portion pilfered
বি.
2.
হাতী চিকাৰ কৰোঁতে বনৰীয়া হাতীৰ মাজত সুমুবাই দিয়া মাইকী হাতী।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
cāhinī
আনৰ বস্ত্তৰপৰা চুৰকৈ লোবা সৰু এভাগ
a small portion pilfered
বি.
হাতী চিকাৰ কৰোঁতে বনৰীয়া হাতীৰ মাজত সুমুবাই দিয়া মাইকী হাতী।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ