কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খোঁচ্khom̐cTransitive verb
শিং বা জোঙা বস্ত্তৰে বিন্ধ্ বা প্ৰহাৰ কৰ্
to prick; to gore
- খোঁচৰkhom̐caraAdjective
কৰিবলৈ বা বুজিবলৈ টান; খুচুৰীয়া
difficult to do or understand
- খোঁচৰা-মাৰিkhom̐carā-māriNoun
ওকটা মাৰি; চিৰা, সান্দহ খুন্দোতে খুবলিত ধান- চাউল লৰাই দিয়া বাঁহৰ জোঙা মাৰি বা হুলা
a flat stick for stirring things in the mortar when being pounded
- খোঁচৰ্Transitive verb
জোঙা বস্ত্তৰে খুঁচি উজাৰ্
to turn up by digging with a pointed thing
- খোঁটkhom̐ṭaNoun
ঠোঁটৰ দ্বাৰা আঘাত বা প্ৰহাৰ
a stroke with the bill (of a bird)
- খোঁটালিkho`~.ta.liMaterial Noun
ঘৰৰ ভিতৰত বেৰৰে আৱৰা ঠাই ৷
A portion of space within a building or other structure, separated by walls or partitions from other parts.
- খোঁট্khom̐ṭTransitive verb
খোঁট্ খুঁটিয়া; ঠোঁটেৰে বা দাঁতেৰে আঘাত কৰ্ বা কামোৰ মাৰ্
to peck; to bite
- খোকোজাkhokojāNoun
খকজা।
- খোকোৰা-দোদোৰাkhokorā-dodorāAdjective
ভগা-ফুটা; ভগা-ছিগা; কোনোঠাইত ভগা কোনো ঠাইত পোটোকা পৰা
brokem and battered; cracked and dented
- খোকৰ্khokarIntransitive verb
খুন্দা বা আঘাত লাগি ফাটি ছিৰাছিৰ হ
cracked
- খোখোৰাkhokhorāNoun
জীৰ্ণ; ভগা-ছিগা; যেনে -"হাতত কৰণ্ডী কুশ ছবৰি খোখোৰা ছাতি" (মা. ক., সুন্দৰাকাণ্ড)
damaged; worn out
- খোচkhocaNoun
নাবৰ বিন্ধা বা ফুটা
a hole or opening on the side of a boat
- খোচ মাৰ্kho`s marVerb-Trans.
কাৰোবাৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে স্পৰ্শ কৰা বা লাহেকৈ হেচোঁক মৰা৷
To push something or someone gently, especially to push someone with your elbow to attract their attention.
- খোচ(ছ)নামkhoca(cha)nāmaNoun
সুনাম।
- খোচ(ছ)মেজাজkhoca(cha)mejājaAdjective
প্ৰফুল্লচিত্ত।
- খোচনাMaterial Noun
কঁকালত পিন্ধা কাপোৰ খহি নপৰিবলৈ কঁকালত গোঁজা মাৰি সুমুওৱা অংশ
that part of a cloth which is tucked up about the hips to fasten it
- খোচামতিkhocāmatiNoun
কুটুৰা কাৰ্য্য; বৰকৈ কৰা কাবৌ
flattery; earnest supplication
- খোচামুদিkho`.sa.mu.diAbstract Noun
অতিৰঞ্জিত আৰু নিষ্ঠাহীন প্ৰশংসা।
excessive and insincere compliment or praise.
- খোচামোদ কৰ্kho’.sa.mo’d korVerb-Trans.
কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.
- খোচৰ্kho`.sorVerb-Trans.
জোঙা বস্তুৰে খুঁচি উজাৰ্৷
to turn up by digging with a pointed thing.