খোঁচ্
khom̐c
অৰ্থ
1.
শিং বা জোঙা বস্ত্তৰে বিন্ধ্ বা প্ৰহাৰ কৰ্
to prick; to gore
সক. ধা.
2.
গোঁজ্; ঠেলি সুমা; যেনে-"কটাৰীখন কঁকালত খুঁচি খ"
to thrust
সক. ধা.
3.
ব'ঠা বা মাৰিৰে মাটিত লগাই খোঁচ মাৰি ঠেল্ (নাও বোবাত); যেনে-"বাম পানীত নাও খুঁচি বাব লাগে"
to punt
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ