খোঁচৰ্
অৰ্থ
1.
জোঙা বস্ত্তৰে খুঁচি উজাৰ্
to turn up by digging with a pointed thing
সক. ধা.
2.
পাহৰা বা লুকাই ৰখা কথা বাজ কৰিবলৈ খুন্দিয়াই সোধ্
to rake up; to question closely to bring to light concealed or forgotten things
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ