খোঁট
khom̐ṭa
অৰ্থ
1.
ঠোঁটৰ দ্বাৰা আঘাত বা প্ৰহাৰ
a stroke with the bill (of a bird)
বি.
2.
দংশন; সাপৰ কামোৰ বা দাঁতৰ আঘাত
the bite (of a snake)
বি.
3.
বৰশীত মাছৰ কামোৰ; যেনে-"মাছৰ খোঁট"
the bite of a fish on the bait
বি.
4.
সিয়নিত বেজিৰে এবাৰ সুমুওবা সূতা
a stitch
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ