কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চালি-জাৰিcāli-jāriAdverb
জাৰি-জোকাৰি; পাত পাত কৰি; বৰকৈ অনুসন্ধান কৰি; ভাল-বেয়া বিচাৰ কৰি
considering or searching minutely and diligently
- চালি-জাৰি চাsali-jari saVerb-Trans.
সবিশেষ অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে অৱস্থা, মূল্য আদি বিষয়ে ঠিৰাং কৰ্
to view in detail, esp. to inspect, examine, or appraise formally or officially in order to ascertain condition, value, etc.
- চালি-জাৰি লsa.li-ja.ri loVerb-Trans.
কঠিন পদাৰ্থ মিহলি জুলীয়া বস্তুৰ পৰা কঠিন পদাৰ্থ পৃথক কৰ্
to separate solid particles from liquid-solid mixture .
- চালি-মাৰিcāli-māriNoun
ওপৰত তাঁত ওলমাই ৰখা মাৰি
the pole on which a loom is hung
- চালিকাsa.li.kaVerbal Adj.
কৰ্মোদ্যম জগাই তুলিব পৰা বা চলাই ৰাখিব পৰা
capable of stimulating activity or causing movement
- চালিকা শক্তিsa.li.ka xok.tiAbstract Noun
কিহবাক চলাই থাকিব পৰা বা চলন্ত কৰি ৰখা শক্তি।
driving force of something, speed.
- চালিচcālicaNoun
মেল; কোনো কথা আলচ বা সোধ কৰিবলৈ গোটোবা সমাজ
a private court of enquiry
- চালিচ চপা, ছালিছ চপা, চালিচ মাত, ছালিছনামা
চালিচৰ ৰায় বা হুকুম লিখা কাকত
the judgement of a private court of enquiry
- চালিচাcālicāNoun
চালিচৰ ৰায় মানিম বুলি স্বীকাৰ কৰা জামিন- স্বৰূপে দুই পক্ষৰ লোকে চালিচৰ হাতত ৰখা টকা
money deposited as a security to abide by the decision of a private court
- চালিছAbstract Noun
কোনো বিবাদৰ ক্ষেত্ৰত শান্তিপূৰ্ণ সমাধানৰ বাবে মাজত থকা অৱস্থা৷
an attempt to effect a peaceful settlement between disputing nations through the friendly good offices of another power.
- চালীsa.liCommon Noun
পত্নীৰ ভনীয়েক
younger sister of one's wife
- চালুcāluNoun
এবিধ ৰঙা, হালধীয়া বা ক'লা বৰণৰ পাতল কপাহী কাপোৰ
a kind of coloured long cotton cloth
- চালুকীয়াcālukīẏāAdjective
লৰি-চৰি ফুৰিব পৰা; অলপকৈ খোজ কাঢ়ি বা আঁঠু পাৰি ফুৰিব পৰা (ল'ৰা-ছোবালী)
just able to walk a little or go on all fours (as a child)
- চালে চকু-ৰোৱাsa.le so.ku-ro`.waVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চালে পানী কাট্cāle, pānī, kāṭ
ইমান পৰিমাণে বৰষুণ হ যে চালেদি মাখোন পানী ৰাগৰি পৰে; অলপ পৰিমাণে বৰষুণ হ; যেনে-"অলপীয়া বৰষুণত চালে পানী নেকাটে।" বিণ. চালে পানী কটা কেবল চালেদি পানী বাগৰা; অলপীয়া (বৰষুণ); যেনে-"চালে পানী কটা বৰষুণ"।
- চালে-চকু-ৰোৱাsa.le-so.ku-ro`.waProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- চাল্salVerb-Trans.
চালনী লৰাই বা ঘুৰাই ভাল-বেয়া বা ডাঙৰ-সৰু ভাগ বেলেগ কৰ্
to separate and retain the coarse parts of (flour, ashes, etc.) with a sieve
- চাল্ খা
চালনীত সৰক্; যেনে-"জেকা পিঠাগুৰি বেগাই চাল নেখায়"
to pass through the sieve
- চাল্তামামিcāltāmāmiNoun
বাৰ্ষিক বিবৰণ বা হিছাপ; সমস্ত বছৰত হোবা কাৰ্ষৰ বিবৰণ বা হিছাপ
an annual account or report; stocktaking
- চাহcāhaNoun
এবিধ বাম মাটিত হোবা সৰু গছ [ইয়াৰ কুমলীয়া পাত মাৰি শুকুবাই পানীত সিজাই তাৰ Aপানী খায়। চাহৰ কুঁহি-পাত মাৰি- কাটি, চালি-জাৰি কেইবাবিধো তৈয়াৰ কৰে; যেনে-চুচাং . পিকো . অৰেঞ্জ . ইত্যাদি]
tscha ; (Souchong) ; (Pekoe) ; (Orange) ; the tea plant; the manufactured tea leaf; Tea Assamica or Indica; camellia-theifera