← ফুৰি যাওক

চালি-জাৰি

cāli-jāri

অৰ্থ

1.

জাৰি-জোকাৰি; পাত পাত কৰি; বৰকৈ অনুসন্ধান কৰি; ভাল-বেয়া বিচাৰ কৰি

considering or searching minutely and diligently

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চালি-জাৰি · অসমীয়া অভিধান