← ফুৰি যাওক

চালে পানী কাট্

cāle, pānī, kāṭ

অৰ্থ

1.

ইমান পৰিমাণে বৰষুণ হ যে চালেদি মাখোন পানী ৰাগৰি পৰে; অলপ পৰিমাণে বৰষুণ হ; যেনে-"অলপীয়া বৰষুণত চালে পানী নেকাটে।" বিণ. চালে পানী কটা কেবল চালেদি পানী বাগৰা; অলপীয়া (বৰষুণ); যেনে-"চালে পানী কটা বৰষুণ"।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চালে পানী কাট্ · অসমীয়া অভিধান