চাহ
cāha
অৰ্থ
1.
এবিধ বাম মাটিত হোবা সৰু গছ [ইয়াৰ কুমলীয়া পাত মাৰি শুকুবাই পানীত সিজাই তাৰ Aপানী খায়। চাহৰ কুঁহি-পাত মাৰি- কাটি, চালি-জাৰি কেইবাবিধো তৈয়াৰ কৰে; যেনে-চুচাং . পিকো . অৰেঞ্জ . ইত্যাদি]
tscha ; (Souchong) ; (Pekoe) ; (Orange) ; the tea plant; the manufactured tea leaf; Tea Assamica or Indica; camellia-theifera
বি.
2.
চহোবা; হাল-কোৰ বাই খেতিৰ বাবে প্ৰস্ত্তত কৰা; যেনে -"মাটি ভালকৈ চাহ নহ'লে শস্য ভাল নহয়"
tilled; broken up as land
বিণ.
3.
চহোবা কাৰ্য; হাল-কোৰ বোবা; যেনে-"মাটি দুচাহ বালে"
act of tilling
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ