← ফুৰি যাওক

চাল্ খা

অৰ্থ

1.

চালনীত সৰক্; যেনে-"জেকা পিঠাগুৰি বেগাই চাল নেখায়"

to pass through the sieve

2.

(পু. অ.) লৰচৰ কৰ্ ইঠাইৰপৰা আন ঠাইলৈ নি; চলা; যেনে-"কৈলাসক চলিলাহা; কুবেৰক জিনিলাহা" (মা. ক., লঙ্কাকাণ্ড)

to remove; to move

3.

কৌশল; কৌশলেৰে খেল আদিত গুটি বুলোবা কাৰ্ষ

dexterous move (as in a game)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাল্ খা · অসমীয়া অভিধান