← ফুৰি যাওক

দ'ল

da'la

অৰ্থ

1.

[সং. দল, দেবকুল] বি. মঠ; থিয়কৈ সজা মন্দিৰ

a Hindu pagoda or temple

2.

থূপ হৈ থকা বস্ত্ত; দ'ম

a heap

3.

জাক; জুম; সমূহ

a party or company; an assemblage

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ