দঁক
অৰ্থ
1.
চোকা স্বাদ
sharp taste
বি.
2.
কোনো বিষৰপৰা হোবা মূৰ্চ্ছা
swoon caused by snake-bite or poison
বি.
3.
খং কৰি নেমাতি থকা অবস্হা
sullenness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
চোকা স্বাদ
sharp taste
বি.
কোনো বিষৰপৰা হোবা মূৰ্চ্ছা
swoon caused by snake-bite or poison
বি.
খং কৰি নেমাতি থকা অবস্হা
sullenness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ