দ'লৈ
da'lai
অৰ্থ
1.
দেবালয়ৰ প্ৰধান পূজাৰি বা কৰ্ম্মচাৰী
the presiding officer of a Hindu temple
2.
বৱত্তিধাৰী খেলৰ প্ৰধান বা মুখ্য লোকৰ উপাধি
the title of the chief or headman of any particular profession or trade
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ