← ফুৰি যাওক

ঝাঁও

jhām̐o

অৰ্থ

1.

এবিধ নৈৰ বালি বা পলসত গজা গছ

a kind of tree with needle-like leaves like those of the pine, which generally grows on the beaches; Tamaris gallica or indica

বি.

সমাৰ্থক শব্দ

2.

পকি টান আৰু ক'লা হোবা ইটা

vitrified brick

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঝাঁও · অসমীয়া অভিধান