← ফুৰি যাওক

ঝন্ক

jhanka

অৰ্থ

1.

ৰূপ, সোণ আদি ধাতুৰে গঢ়া অলঙ্কাৰ বা সৰু সৰু বস্ত্ত জোকাৰিলে বা লৰচৰ কৰিলে হোবাৰ নিচিনা শব্দ; জন্জন্

an imitative word used to express the sound like the tinkling of coins, ornaments, etc

বি.

সমাৰ্থক শব্দ

2.

জনক্ জনক্ বা জন্ জন শব্দ কৰ্; যেনে-"বলয়া নূপুৰ বাজে ঝনকে কিঙ্কিণী" (কীৰ্ত্তন)

to tinkle

অক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ