← ফুৰি যাওক

ঝমক

jhamaka

অৰ্থ

1.

(পু. অ.) দীপ্তিৰ চকমক; যেনে-"চক্ষুত ঝমক লাগে দেখিতে বিৰিঙ্গ" (কীৰ্ত্তন-ঘোষা)।

বি.

2.

অকস্মাৎ খোবা ভয়; চমক; যেনে-"হৰৰ কৈলাসে যাই লগালে ঝমক" (বঘাসুৰ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ