কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সপ্তস্বৰxop.to.sworAbstract Noun
ভাৰতীয় সংগীতৰ সাতোটা মূল স্বৰ-চাদজা, ৰিষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধাইভাট আৰু নিষাদ, চমুকৈ চা, ৰে, গা, মা, পা, ধা, নি৷ সমূহীয়াকৈ এই স্বৰখিনিক স্বৰগম বোলা হয়৷
The seven notes of the swaras (scales) of Indian music viz. shadja, rishabh, gandhar, madhyam, pancham, dhaivat and nishad. They are shortened to Sa, Ri (Carnatic) or Re (Hindustani), Ga, Ma, Pa, Dha, and Ni and written S, R, G, M, P, D, N. Collectively these notes are called as the sargam.
- সপ্তস্বৰ্গxop.to.swor.goAbstract Noun
ভূঃ, ভুৱঃ, স্বঃ, মহঃ, জন, তপঃ, সত্য- এই সাতলোক বা স্বৰ্গ৷
the seven worlds according to Hindu mytholigy.
- সপ্তাংশুxop.tang.xuMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- সপ্তাশীতিতমxop.ta.xi.ti.tomProper Noun
আশীতকৈ সাত বেছি ৷
seven more than eighty; the symbol denoting 87. (৮৭ in Assamese)
- সপ্তাশ্বxop.tas.woProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- সপ্তাহsaptāhaNoun
সাত দিন; ৰবিৰপৰা শনিলৈ সাত দিন; . সপ্তাহী বি. প্ৰতি সাত দিনত খবৰ, কোনো কথা বা হিছাপ জনোবা কাকত
a week ; a weekly report
- সপ্তাহান্তxop.ta.han.toAbstract Noun
সপ্তাহটো শেষদিনকেইটা, প্রধানতঃ শুক্রবাৰৰ সন্ধ্যাৰ পৰা ৰবিবাৰৰ সন্ধ্যালৈ ৷সপ্তাহটো শেষদিনকেইটাত হোৱা কোনো ঘটনা বা অনুস্থান
The end of the week, especially the period from Friday evening through Sunday evening.
- সপ্তাৰ্চিসxop.tar.sisMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- সপ্তৰক্তsaptaraktaNoun
কৱষ্ণৰ শৰীৰৰ সাতোটা ৰঙা আঁচ থকা ঠাই; যেনে-"দুচকু, ওঁঠ, দাঁত, দুভৰি দুহাত আৰু নখ"; যেনে- "ত্ৰিগম্ভীৰ সপ্ত: ৰক্ত পঞ্চদীৰ্ঘ: উন্নত ছয় প্ৰকাৰ" (নামদ্বোষা)।
- সপ্তৰথীsaptarathīNoun
সাতজনা ৰথী
seven charioteers
- সপ্তৰ্ষি-মণ্ডলsaptarṣi-maṇḍalaNoun
একলগে থকা এজাক কুকুৰ-বাহী তৰা [এই তৰাবিলাক মৰীচি, অত্ৰি, অঙ্গিৰা, পুলস্ত্য, পুলহ, ক্ৰতু আৰু বশিষ্ঠ নামৰ সাতজনা ঋষি বুলি খ্যাত।]।
the constellation ursa major
- সপ্নবৎxop.no.botProper Adj.
অতি সুন্দৰ আৰু মনোগ্ৰাহী যাক বিশ্বাস কৰিবলৈ টান৷
so extraordinary that almost impossible to believe
- সপ্ৰতিভxo.pro.tibhProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- সপ্ৰমাণsapramāṇaAdjective
সঁচা বুলি প্ৰমাণ হোবা
proved
- সপৰিবাৰেsaparibāreAdverb
ভাৰ্য্যা, ল'ৰা-ছোবালী আদিৰে সৈতে
with all the members of the family
- সপৰিয়ালেsapariẏāleAdverb
ভাৰ্য্যা, ল'ৰা-ছোবালী আদিৰে সৈতে
with all the members of the family
- সফলxo.pholProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended
- সফল হxo.phol hoVerb-Intran.
আশা কৰা মতে ঘট্ বা শেষ হ; প্ৰচেষ্টা কৰা বা বিছৰাটো অৰ্জন কৰ্
to happen or terminate according to desire; to accomplish what is attempted or intended
- সফল-মনোৰথxo.phol-mo.no`.rothAdjective Adj.
যি সদায় কাৰ্য্যকৰী বা কৃতকাৰ্য্য
unfailing in effectiveness; always successful
- সফলকামxo.phol.kamProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended