← ফুৰি যাওক

সপ্তৰ্ষি-মণ্ডল

saptarṣi-maṇḍala

অৰ্থ

1.

একলগে থকা এজাক কুকুৰ-বাহী তৰা [এই তৰাবিলাক মৰীচি, অত্ৰি, অঙ্গিৰা, পুলস্ত্য, পুলহ, ক্ৰতু আৰু বশিষ্ঠ নামৰ সাতজনা ঋষি বুলি খ্যাত।]।

the constellation ursa major

বি.

2.

সপ্তৰ্ষি-মণ্ডল থকা ঠাই

the seat of the above constellation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ