← ফুৰি যাওক

সফলকাম

xo.phol.kam

অৰ্থ

1.

আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা

happened or terminated according to desire; accomplished what is attempted or intended

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সফলকাম · অসমীয়া অভিধান