← ফুৰি যাওক

সপ্তৰক্ত

saptarakta

অৰ্থ

1.

কৱষ্ণৰ শৰীৰৰ সাতোটা ৰঙা আঁচ থকা ঠাই; যেনে-"দুচকু, ওঁঠ, দাঁত, দুভৰি দুহাত আৰু নখ"; যেনে- "ত্ৰিগম্ভীৰ সপ্ত: ৰক্ত পঞ্চদীৰ্ঘ: উন্নত ছয় প্ৰকাৰ" (নামদ্বোষা)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সপ্তৰক্ত · অসমীয়া অভিধান