কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেতৰ-সাইজ্khetara-sāijNoun
ইন্দ্ৰজালবিদ্যা, ভেলেকী- বাজী; এটা বস্ত্তক আন এটাৰ আকৱতি কৰি দেখুওবা বিদ্যা; . যেনে-"কিনো খেতৰ সাইজেঃ জানাহে বোপাদেউ" (বিয়া-নাম)।
magic; jugglery
- খেদkhedaNoun
বেজাৰ; শোক; সন্তাপ; অনুশোচ
sorrow; grief; repentance
- খেদ কৰ্khed korVerb-Intran.
কুকৰ্মৰ পিচত দুখ কৰ্ |
To feel sorry, self-reproachful, or contrite for past conduct; be conscience-stricken about a past action, attitude, etc.
- খেদ প্ৰকাশ কৰ্khed pro.kax korVerb-Intran.
কুকৰ্মৰ পিচত দুখ কৰ্ |
To feel sorry, self-reproachful, or contrite for past conduct; be conscience-stricken about a past action, attitude, etc.
- খেদমতkhet.motAbstract Noun
বাণিজ্য, জীৱিকা বা বৃত্তি ৰূপে পাৰিশ্ৰমিকৰ বিনিময়ত কৰা নিয়মীয়া কৰ্ম
regular activity performed in exchange for payment, especially as trade, occupation, or profession
- খেদাkhedāTransitive verb
বলেৰে বা ভয় দেখ্বাই দূৰ কৰ্
to drive off; scare away
- খেদা দি
পাছে পাছে লৰি যা
to pursue
- খেদা মাৰ্khedā, mār
খেদি যা; . লগ ধৰিবৰ নিমিত্তে পাছত লৰি যা; খেদা দি
to rush towards with intent to injure ; to pursue or run after with a view to overtaking
- খেদা-কোৰোNoun
লৰা-লৰি; খৰ- খেদা; লৰা-ঢপৰা
hurry; haste
- খেদা-খেদিNoun
এটাই আনটোৰ ওচৰলৈ লৰি যোবা কাৰ্য্য; ইটোবে সিটোক, সিটোবে ইটোক খেদি যোবা কাৰ্য্য
the act of rushing against or pursuing one another
- খেদা-চিকাৰkhedā-cikāraNoun
হাৰিত বনৰীয়া হাতী খেদি নি গড়ত সুমাই ধৰা কাৰ্য্য
act of catching wild elephants by driving them into a stockade
- খেদা-ডেকাkhedā-ḍekāNoun
চলিত নিয়মমতে (সত্ত্ৰৰ) অধিকাৰ হ'বৰ স্বত্ব নথকা লোক
a junior person not entitled to be the chief (of a sattra) according to rule
- খেদি দেkhe.di deVerb-Trans.
আনুষ্ঠানিক আদেশেৰে কোনো দেশ বা স্থান পৰিত্যাগ কৰিবলৈ বাধ্য কৰা
To force to leave a country or place by official decree; exile.
- খেদি যা
অনিষ্ট কৰিবৰ মনেৰে বেগাই ওচৰলৈ যা
to rush towards one to do an injury to him
- খেদি-থোবাkhedi-thobāAdjective
খেদা খোবা; দূৰীকৱত; বলৰ দ্বাৰা বহিৰ্ভূত; যেনে-"তোমালোক খেদি-খোবা গোহাঁই, আমি কেনেকৈ ৰজা ল'ম"
driven off; divorced; expelled
- খেদিতkheditaAdjective
দুঃখিত; শোকগ্ৰস্ত
afficted with grief; sorrowful
- খেদেলাkhedelāNoun
ফেদেলা মানুহ; খেহেটা; লেতেৰা
dirty; filthy
- খেদ্khedTransitive verb
বলেৰে বা ভয় দেখুবাই দূৰ কৰ্
to scare away; turn out; to expel
- খেদ্খেদাkhedkhedāIntransitive verb
(পানী) ঘোদাল্
to disturb (as water and mud)
- খেন বোমাkhen bo’.maMaterial Noun
নিৰ্দিষ্ট সময়ত বিস্ফোৰিত হোৱাৰ ব্যৱস্থা থকা বোমা।
a bomb that can be set to explode at a particular time.