← ফুৰি যাওক

খেদ্

khed

অৰ্থ

1.

বলেৰে বা ভয় দেখুবাই দূৰ কৰ্

to scare away; turn out; to expel

সক. ধা.

2.

আগ ফাললৈ চলা বা যাবলৈ দি

to urge on; to drive

সক. ধা.

3.

ওচৰ চাপিবলৈ বেগাই যা; যেনে-"দিনৰ পৰ্ব্বতঃ ৰাতিৰ জুই; তাক নেখেদি থাকিবাঁ শুই।"

to advance towards; approach

সক. ধা.

4.

পাছে পাছে লৰি যা; যনে-"পহুটো খেদি ধৰ্"

to pursue; to chase

সক. ধা.

5.

কোনো এবিধ খেল কৰ্; যেনে-"পঁচি খেদ্"

to play with

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ