← ফুৰি যাওক

খেদা-কোৰো

অৰ্থ

1.

লৰা-লৰি; খৰ- খেদা; লৰা-ঢপৰা

hurry; haste

বি.

2.

ধৰিবৰ কাৰণে পাছে পাছে লৰা কাৰ্য্য; যেনে-"খেদা কোৰা কৰি চোৰ ধৰিলে"

the act of pursuing with desire to seize

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খেদা-কোৰো · অসমীয়া অভিধান