← ফুৰি যাওক

খেদা

khedā

অৰ্থ

1.

বলেৰে বা ভয় দেখ্বাই দূৰ কৰ্

to drive off; scare away

সক. ধা.

2.

আগ ফাললৈ চলা; আগলৈ গতি কৰা

to urge forward

সক. ধা.

3.

প্ৰেৰণ কৰ্; পঠিয়া

to send (a messenger)

সক. ধা.

4.

আটক কৰিবলৈ বা লগ ধৰিবলৈ পাছে পাছে বেগাই যোবা কাৰ্য্য

the act of pursuing for seizing or over-taking one

বি.

5.

লগ ধৰিবলৈ পাছত বেগাই যোবা লোক; যেনে-"তাক মাতি আনিবলৈ খেদা পঠা"

a messenger

বি.

6.

হাৰিত বনৰীয়া হাতী খেদি নি গড়ত সুমাই ধৰা কাৰ্য্য

act of catching wild elephants by driving them into a stockade

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খেদা · অসমীয়া অভিধান