কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চান্দ্ৰকCommon Noun
দক্ষিণ-পূৱ এছিয়াৰ উষ্ণ মণ্ডলত উপলভ্য জিঞ্জিবাৰ অফিচিনেলি প্ৰজাতিৰ অন্তৰ্গত, ঈষত্ হালধীয়া-সেউজীয়া ৰঙৰ ফুল ফুলা আৰু এক বিশেষ গোন্ধযুক্ত এজোপা গছ বা তাৰ শিপা
A plant or its root of tropical southeast Asia having yellowish-green flowers and a pungent aromatic rhizome.
- চান্দ্ৰায়ণcāndrāẏaṇaNoun
চান্দ্ৰ তিথিৰে কৰা ব্ৰত-বিশেষ; কৱষ্ণপক্ষৰ প্ৰতিদিন এক গৰাহকৈ আহাৰ কমাই শুক্লপক্ষৰ পূৰ্ণিমাৰ দিন উপবাস কৰি থকা ব্ৰত
a religious vow or observance
- চান্মাইcānmāiNoun
চন্দ্ৰমুখী আই; ছোবালীৰ প্ৰতি ব্যবহৱত চেনেহৰ মাত।
- চাপcāpaNoun
ধেনু
a bow
- চাপ খাcāpa, khā
কোঁচ খা; বহল গুচি ঠেক হ; সঙ্কুচিত হ
to contract
- চাপ খুবা
কোঁচ খুবা
to cause to be contraced
- চাপ নতিNoun
চাপ নতি
চাপ নতি
- চাপ-চুপcāpa-cupaAdjective
চুপ-চাপ; নিতাল; নিমাত; নিস্তব্ধ
silent
- চাপকনsap.konMaterial Noun
আঠুলৈকে জুৰি থকা দীঘল এবিধ চোলা।
A long coat worn by men, especially in northern India and Pakistan.
- চাপনীcāpanīNoun
নিয়মমতে বিয়া নকৰাকৈ অনা তিৰোতা; আপোন ইচ্ছাৰে আহি বিয়া নকৰা মুনিহৰ ঘৰত তাৰ ভাৰ্য্যা হৈ চাপি থকা তিৰোতা; . পুং চপনীয়া।
a woman kept as a wife without formal marriage or one who, of her own accord, lives at the house of a man as his wife without being married to him
- চাপবিদ্যুৎNoun
চাপবৈদ্যুতিক ক্ৰিষ্টেল
চাপবৈদ্যুতিক ক্ৰিষ্টেল
- চাপমান যন্ত্ৰsap.man jon.troMaterial Noun
বায়ুমণ্ডলীয় চাপ জুখিব পৰা এবিধ যতন।
any instrument that measures atmospheric pressure.
- চাপমেতাMaterial Noun
তৰল গতিবিদ্যা ব্যৱহাৰ কৰি তৰল পদাৰ্থৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা এটা যন্ত্ৰ৷
a device that is used to measure the pressure in a fluid using fluid dynamics.
- চাপল্যsa.po.lyoAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- চাপাচীcāpācīAdjective
আনে নজনা; লুকাহ ৰখা
concealed
- চাপাচী কৰsa.pa.si korVerb-Trans.
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered
- চাপাৰProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- চাপি-চুপাcāpi-cupāNoun
লুকাই থাকিবলৈ চেষ্টা কৰা বা ছল চোবা
attempt to conceal oneself
- চাপ্cāpIntransitive verb
ওচৰলৈ আহ্
to draw nigh
- চাপ্ কমcāp, kamaNoun
কান্ধৰপৰা আঁঠুলৈ ওলমা এবিধ চোলা
a kind of flowing garment