চান্দ্ৰায়ণ
cāndrāẏaṇa
অৰ্থ
1.
চান্দ্ৰ তিথিৰে কৰা ব্ৰত-বিশেষ; কৱষ্ণপক্ষৰ প্ৰতিদিন এক গৰাহকৈ আহাৰ কমাই শুক্লপক্ষৰ পূৰ্ণিমাৰ দিন উপবাস কৰি থকা ব্ৰত
a religious vow or observance
বি.
2.
প্ৰায়শ্চিত্ত-বিশেষ
a kind of expiatory penance
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ