← ফুৰি যাওক

চাপ

cāpa

অৰ্থ

1.

ধেনু

a bow

বি.

2.

থোপা; যেনে-"যেন মেঘদলঃ একচাপ দুয়া; চলি যায় একে জোপে" (ৰুক্মিণী হৰণ)

conglomeration

বি.

3.

চেপা; হেঁচা; ঠেলা-ঠেলি

pressure

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাপ · অসমীয়া অভিধান