কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উন্মেষিতun.me.xi.toVerbal Adj.
চকুৰে দেখা অথবা বুজিব পৰাকৈ পৰিস্কাৰ বা প্ৰমাণিত কৰি তোলা
made clear or evident to the eye or the understanding
- উন্মোচনunmocanaNoun
বন্ধনৰপৰা মুক্তি; আবৰণ গুচাই দিয়া কাৰ্য্য
act of making free; uncovering
- উন্মোচন কৰ্un.mo`.son korVerb-Trans.
চিনেমা, কিতাপ আদি সাধাৰণ দৰ্শন বা বিক্ৰীৰ বাবে মুকলি কৰ্
to issue a film, book, etc. for general exhibition or to make publicly available
- উন্মোচিতun.mo`.si.toVerbal Adj.
চকুৰে দেখা অথবা বুজিব পৰাকৈ পৰিস্কাৰ বা প্ৰমাণিত কৰি তোলা
made clear or evident to the eye or the understanding
- উপu.poPreffix
উপসৰ্গ, শব্দৰ আগত যোগ হৈ অনেক অৰ্থ বুজায়৷ যেনে - উপকূল৷
a perfix denoting proximity likeness; inferiority; beginning etc..
- উপ মহাপ্ৰবন্ধকu.po mo.ha.pro.bon.dhokCommon Noun
A designation between a General Manager and a Manager
- উপ-upa-
উপসৰ্গ; শব্দত আগত যোগ হৈ হৈ অনেক অৰ্থ বুজায়; ওচৰ; যেনে-"উপকূল"।
- উপ-মধ্যকেন্দ্ৰিকu.po-mo.dhyo.ken.drikProper Adj.
এনে ক্ৰমজ’ম বা ক্ৰমেটিড সম্বন্ধীয়, য’ত ছেণ্ট্ৰ’মিয়েৰ সম্পূৰ্ণ মাজত অৱস্থিত নহৈ মধ্যবিন্দুৰ পৰা সামান্য আঁতৰত থাকে
of or pertaining to any chromosome or chromatid whose centromere is located not exactly at centre but near the centre
- উপ-সভাপতিu.po-xo.bha.po.tiCommon Noun
কোনো অনুষ্ঠান বা সভাৰ সভাপতিৰ অনুপস্থিতিত তেওঁৰ দায়িত্ব পালন কৰা বিষয়া ৷
one who acts as a deputy for a president ( president of a club, committee)
- উপ-সম্পাদকu.po xom.pa.dokCommon Noun
এজন তলতীয়া বা কনিষ্ঠ সম্পাদক; বাতৰি কাকত এখনৰ ছপাবলগীয়া পৃষ্ঠাবোৰ নিৰীক্ষণ কৰি প্ৰয়োজনীয় শুধৰণি বা সম্পাদনা কৰা ব্যক্তি
a subordinate or junior editor; a person who checks and edits copy, esp on a newspaper
- উপ-ৰাষ্ট্ৰপতিu.po-ras.tro.po.tiCommon Noun
ৰাষ্ট্ৰপতিৰ তলৰ বিষয়া ৷ ৰাষ্ট্ৰপতিৰ মৃত্যু, পদত্যাগ আদিৰ সময়ত তেওঁৰ ঠাইত কাৰ্য্যনিৰ্বাহ কৰে ৷
An officer ranking next below a president (president of a country), usually empowered to assume the president's duties under conditions such as absence, illness, or death.
- উপকক্ষupakakṣaNoun
সভাঘৰৰ লগতে লাগি থকা কোঠা
lobby
- উপকণ্ঠu.po.kon.thoMaterial Noun
নগৰৰ বাহিৰৰ সীমামূৰীয়া অঞ্চলসমূহ৷
the areas that form the edge of a town or city.
- উপকথাupakathāNoun
মূল নথকা কথা; সজা উপাখ্যান; উপন্যাস; সাধুকথা
a fable; a tale
- উপকল্পনাupakalpanāNoun
কোনো তত্ত্ব সম্পৰ্কে কৰা পূৰ্ব্বধাৰণা; ; পৰিকল্পনা
hypothesis ; planning
- উপকাৰupakāraNoun
কোনো বিশেষ কামৰ বাবে লগোবা উপৰঞ্চি কৰ
cess
- উপকাৰকAdjective
হিতকাৰী; সহায় কৰা; ভাল গুণ থকা
helping; promoting good or welfare; beneficient
- উপকাৰিতাu.po.ka.ri.taAbstract Noun
ব্যৱহাৰ উপযোগী হোৱা বা কামত অহা গুণ
the property of being of use or service
- উপকাৰীAdjective
হিতকাৰী; সহায় কৰা; ভাল গুণ থকা
helping; promoting good or welfare; beneficient
- উপকীচকupakīcakaNoun
কীচক বীৰৰ ভাই [কীচকৰ উনশতজন ভায়েক আছিল; ইহঁত বিৰাট ৰজাৰ খুলশালি; ভীমৰ হাতত ইহঁতৰ মৱত্যু হয়]
the ninety-nine younger brothers of Kicaka