← ফুৰি যাওক

উপ-মধ্যকেন্দ্ৰিক

u.po-mo.dhyo.ken.drik

অৰ্থ

1.

এনে ক্ৰমজ’ম বা ক্ৰমেটিড সম্বন্ধীয়, য’ত ছেণ্ট্ৰ’মিয়েৰ সম্পূৰ্ণ মাজত অৱস্থিত নহৈ মধ্যবিন্দুৰ পৰা সামান্য আঁতৰত থাকে

of or pertaining to any chromosome or chromatid whose centromere is located not exactly at centre but near the centre

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপ-মধ্যকেন্দ্ৰিক · অসমীয়া অভিধান