← ফুৰি যাওক

উপকাৰ

upakāra

অৰ্থ

1.

কোনো বিশেষ কামৰ বাবে লগোবা উপৰঞ্চি কৰ

cess

বি.

2.

হিত; ইষ্টকাৰ্য্য; সাহায্য; মঙ্গল; অনুগ্ৰহ; গুণ

benefit; favour; help; good effect

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপকাৰ · অসমীয়া অভিধান