কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুনীkhunīAdjective
"খোনা" শব্দ চোবাঁ।
- খুন্khunTransitive verb
খান্
to dig
- খুন্তিkhuntiNoun
ৰান্ধোতে ভজা বস্ত্ত লৰোবা আগ-চেপেটা পাগ-মাৰি
a paddle-shaped implement for stirring dry things when cooking or frying
- খুন্দ খা
নিসন্ধিকৈ পৰিপূৰ্ণ হ বা ভৰি পৰ্; ঠাই খা
to be densely or closely packed
- খুন্দনাkhundanāNoun
কোনো বস্ত্ত খুন্দা উৰালৰ সদৱশ কিন্ত্ত তাতকৈ সৰু কাঠ বা লোৰ যতন
a mortar in which substances are pounded with a pestle
- খুন্দনা মাৰিkhin.do.na ma.riMaterial Noun
কাঠ বা লোৰে নিৰ্মিত মাৰি, যাৰ সহায়ত গোটা বস্তু পটা বা উৰালত খুন্দি গুড়ি কৰা হয়।
A stick made of wood or iron, that is used to transfer pressure from users' arms to the materials to be pulverized in a mortar
- খুন্দনা-মাৰি
খুন্দনাত বস্ত্ত খুন্দা মাৰি
a pestle
- খুন্দাkhundāTransitive verb
আনৰ দ্বাৰা আঘাত কৰা; আনৰ দ্বাৰা খুন্দন কৰা; আনৰ দ্বাৰা গুড়ি কৰা; . বি. দুটা বস্ত্তৰ বৰকৈ লগা আঘাত বা ঠেকা
to cause to be pounded, etc. ; a sharp collision between two hard things
- খুন্দা খা
গৈ থাকোঁতে কোনো বস্ত্তত বেগেৰে ঠেকা বা আঘাত লাগ্
to strike against something when moving
- খুন্দা ধঁপাতkhun.da dho~.patMaterial Noun
বাঁহৰ চুঙাত খুন্দি ভৰোৱা লালীত লেটিওৱা শুকান পাত ধঁপাত ৷
Dried tobacco leaves dipped in jaggery and stuffed tightly in bamboo containers.
- খুন্দা মাৰ্
বোতা বস্ত্তৰ মূৰেৰে আঘাত কৰ্; খুন্দিয়া
to thump
- খুন্দা-ধঁপাতkhundā-dham̐pātaNoun
ধঁপাতৰ পাত লেৰেলাই বাঁহৰ চুঙাত ঠাহি ঠাহি খুন্দি সুমাই থোবা মুখত খোবা ধঁপাত
tobacco leaf preserved in bamboo chungas or tubes for use with betel-nut
- খুন্দা-ভজাkhundā-bhajāNoun
ঠেলা-ঠেলি বা আঘাতৰপৰা পোবা দুখ-কষ্ট; অনেক ঠাইত নিৰাশ হৈ পোবা কষ্ট
distress; disappointment
- খুন্দাই-লাখুটিkhundāi-lākhuṭiNoun
চুটি-চাপৰ কিন্ত্ত শকত আৰু আটিল মানুহ
short but stout and hardy
- খুন্দিয়াkhundiẏāTransitive verb
ভোতা বস্ত্তৰ মূৰেৰে আঘাত কৰ্; খুন্দা মাৰ্
To thump
- খুন্দিয়া-খুন্দিNoun
পৰস্পৰ বা এজনে আনজনক খুন্দা মৰা কাৰ্য্য
mutual bumping or striking
- খুন্দ্khundTransitive verb
আঘাত কৰি ভাং বা গুড়ি কৰ্
to pound; pulverize
- খুন্বাওkhunbāoNoun
নগাৰ ডাঙৰ বা প্ৰধান লোক
a Naga chief
- খুপিkhupiNoun
সৰু খোটালি; খুপৰি
a small dark room
- খুপি খুপিkhupi, khupi
[অ. খোপ] বিণ. ভৰি দিবলৈ খোপ থকা; খোপ কটা; ভৰি দিবলৈ চল থকা
having a notch or steps to place the foot on