← ফুৰি যাওক

খুন্দা

khundā

অৰ্থ

1.

আনৰ দ্বাৰা আঘাত কৰা; আনৰ দ্বাৰা খুন্দন কৰা; আনৰ দ্বাৰা গুড়ি কৰা; . বি. দুটা বস্ত্তৰ বৰকৈ লগা আঘাত বা ঠেকা

to cause to be pounded, etc. ; a sharp collision between two hard things

সক. ধা.

2.

টান, ভোতা আৰু গধুৰ বস্ত্তৰে কৰা আঘাত

a bump

সক. ধা.

3.

ঠেলা; হেঁচা; ভিৰ; যেনে-"পঢ়াৰ খুন্দা; কামৰ খুন্দা"

pressure

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ