খুন্দ্
khund
অৰ্থ
1.
আঘাত কৰি ভাং বা গুড়ি কৰ্
to pound; pulverize
সক. ধা.
2.
গধুৰ টাঙোন আদিৰ মূৰেৰে ঠাহ্ বা আঘাত কৰ্
to thump
সক. ধা.
3.
নপুংসক কৰিবৰ নিমিত্তে গৰুৰ কণী খুন্দি বা চেপি ভাং
to crush the testicles with a view to destroying the power of generation; to emasculate
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ