খুন্দা খা
অৰ্থ
1.
গৈ থাকোঁতে কোনো বস্ত্তত বেগেৰে ঠেকা বা আঘাত লাগ্
to strike against something when moving
2.
কষ্ট পা; ঠেকা খা; ঘাট্; নিৰুৎসাহ হ; যেনে-"সি বহু ঠাইত খুন্দা খাই ফুৰিছে"
to be defeated or disappointed
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ