কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢাপলি মেল্
চেকুৰ মেল্; বৰ বেগেৰে লৰ মাৰ্
to run fast, as an animal
- ঢাপলিকাḍhāpalikāNoun
পৰলিৰে তৈয়াৰ কৰা আঁৰ; খেৰেৰে কৰা ঢাকনি
a screen or covering of coarse grass
- ঢাপলিকা-চৰাইḍhāpalikā-carāiNoun
ঘৰ-শালিকাতকৈ অলপ সৰু, ক'লা বৰণৰ এবিধ চৰাই
a kind of bird
- ঢাপুḍhāpuNoun
এবিধ তাচ খেল
a kind of card- playing
- ঢাপে ঢাপেAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- ঢাপৰḍhāparaNoun
নাও আদিৰ হৈ বা ঢাকনি, সাঁফৰ
the roof or cover of a boat; a cover
- ঢামাḍhāmāNoun
ঢোলৰ আকৱতিৰ পিপা
a barrel; a drum
- ঢামৰাCommon Noun
NULL
any of numerous wild or domesticated web-footed swimming birds of the family Anatidae, esp. of the genus Anas and allied genera, characterized by abroad, flat bill, short legs, and depressed body.
- ঢালḍhālaNoun
জন্ত্তৰ ছাল আদিৰে কৰা ৰণুবাৰ গা-ঢকা যতন; বান্ধ
a shield
- ঢাল খা
কাতি হ
to lean; to be aslant
- ঢাল খোৱাdhal kho`.waProper Adj.
এফাললৈ হাউলি থকা |
Having an oblique or slanted direction; something inclined to one direction.
- ঢাল ল
কোনো এক বিশেষ দিশলৈ গতি কৰ্; কোনো এফালৰ পোনে যা
to incline or move towards a particular direction
- ঢালাইdha.laiVerbal Noun
পকী ঘৰৰ মজিয়া বা ছালত চিমেণ্ট, বালি, শিলগুটি মিহলাই ঢালি টান হ’বলৈ দিয়া কাৰ্য্য ৷
the act of hardening of the concrete roof of a building.
- ঢালীḍhālīNoun
ঢাল লৈ যুঁজোঁতা
soldier armed with a shield
- ঢালুবাḍhālubāAdjective
আদ্-ধতুবা
alloyed
- ঢালেAdverb
ফালে; পোনে
toward; in the direction of
- ঢাল্ḍhālTransitive verb
পাত্ৰ কাটি কৰি লালিকৈ তললৈ পেলা; বাক্
to pour out
- ঢাৰ-কপলীয়াdhar.ko.po.li.yaProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- ঢাৰিNoun
-পাটী, কাপোৰ আদিত থকা এবিধ দুৰ্গন্ধ আৰু তেজ খোবা পোক
a bed-bug
- ঢাৰিḍhāriNoun
ঢৰা।