ঢাপলিকা
ḍhāpalikā
অৰ্থ
1.
পৰলিৰে তৈয়াৰ কৰা আঁৰ; খেৰেৰে কৰা ঢাকনি
a screen or covering of coarse grass
বি.
সমাৰ্থক শব্দ
2.
চাপৰ পৰ্ব্বত; অলপ ওখ পৰ্ব্বত
a hillock
বি.
3.
ঢেকেৰীয়া; ফুট কম বা পাতল আৰু বাদু সৰহকৈ থকা (কঁঠাল)
containing more chaff or refuse than flesh or pulp, as a jack-fruit
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ