ঢাল্
ḍhāl
অৰ্থ
1.
পাত্ৰ কাটি কৰি লালিকৈ তললৈ পেলা; বাক্
to pour out
সক. ধা.
2.
গলোবা ধাতু সাঁচত বাকি গঢ়্
to mould; to cast
সক. ধা.
3.
বগৰাই পেলা; কাতিকৈ পেলা; পৰাস্ত কৰ্; যেনে-"আমাৰ বীৰক ঢালি বৰ যশ পাইলে" (মা. ক., লঙ্কাকাণ্ড)।
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ