← ফুৰি যাওক

ঢাল

ḍhāla

অৰ্থ

1.

জন্ত্তৰ ছাল আদিৰে কৰা ৰণুবাৰ গা-ঢকা যতন; বান্ধ

a shield

বি.

2.

খেলৰ গুটি বুলুওবা মাটিত আঁকি লোবা কাপোৰ, কাঠ আদিত চিন দি লোবা ঘৰৰ শাৰী

a board for a game

বি.

3.

কড়ি আদিৰে আগৰপৰা গুৰিলৈকে কৰা এবাৰৰ সম্পূৰ্ণ খেল

a complete play or game (as on cards, dice, etc.)

বি.

4.

পোন; ফাল; দিশ

direction; line; side; tendency

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢাল · অসমীয়া অভিধান