কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাস্তিক্যnas.ti.kyoAbstract Noun
পৰম্পৰাগত বিশ্বাস আৰু মৌলিক নীতিৰ ওপৰত ভাৰসা বা বিশ্বাসহীনতা ৷
The belief that nothing in the world has real existence.
- নাস্তিক্যবাদীnas.ti.kyo.ba.diCommon Noun
ঈশ্বৰ অথৱা ধৰ্ম নমনা লোক
An unbeliever with respect to a particular religion, especially Christianity or Islam; Someone who denies the existence of god
- নাস্তিত্বnāstitba
নথকা অবস্হা; অস্হিতি; যেনে-"ঈশ্বৰৰ নাস্তিত্ব প্ৰমাণ কৰা টান"
non-existence
- নাস্তিত্ববাদী
ঈশ্বৰ আৰু পৰকাল নাই বুলি কোবা লোক
one denying the existence of God and future life
- নাস্তিবাদnas.ti.badAbstract Noun
পৰম্পৰাগত বিশ্বাস আৰু মৌলিক নীতিৰ ওপৰত ভাৰসা বা বিশ্বাসহীনতা ৷
The belief that nothing in the world has real existence.
- নাহnāha
নাথ; যেনে-"অনন্তৰে জগতৰ নাহ। কৰি সত্যভামাক বিবাহ" (কীৰ্ত্তন)।
- নাহকnāhakaNoun
য'ত হক বা স্বত্ব নাই; অবাব; অনৰ্থক; অকাৰণ; মিছা- মিছি
improper; unjust; undeserved; useless
- নাহাnāhāNoun
মৰম; প্ৰেম; ; "নেহা" চোবাঁ।
affection; love
- নাহিnāhiNoun
দা-কটাৰীৰ আগটো; যেনে-"দাৰ নাহি"
the sharp end or point of a knife
- নাহিকেnāhikeAdverb
নাই
no; not non-existing
- নাহৰnāharaNoun
এবিধ সুগন্ধি ফুল ধৰা সুকাঠী গছ; তাৰ গুটিৰ তেল ওলায়
a kind of timber tree; Mesuaferrea
- নাহৰকটীয়াna.hor.ko.ti.yaProper Noun
অসমৰ ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য স্থান৷
Important place in Dibrugarh district
- নাহৰপতীয়া জামুnāharapatīẏā, jāmuNoun
"জামু" চোবাঁ।
- নাহৰফুটুকীnāharaphuṭukīNoun
গাহ নাহৰ ফুলৰ নিচিনা ফুট থকা এজাতি বাঘ; হোঁকোৰা-বাঘ
a leopard; a panther; Felis pardus
- নাহৰফুটুকী বাঘna.hor.phu.tu.ki baghCommon Noun
A large strong cat of southern Asia and Africa, which is adept at climbing trees, with a black spotted yellowish coat. Scientific name Panthera pardus.
- নাহৰফুটুকীয়াAdjective
নাহৰফুটুকী বাঘৰ নিচিনা ফুট থকা
having spots like those of a leopard
- নাড়িnāṛiNoun
গাৰ তেজ চলা সিৰ
a vein
- নাড়ি-ছিগাAdjective
খাবলৈ নেপাই নাড়ী শুকাই ছিগা যেন হোবা; খাবলৈ নোপোবা
starving
- নাড়ি-নক্ষত্ৰnāṛi-nakṣatraNoun
সম্পূৰ্ণ বৱত্তান্ত।
- নাড়ি-ভুতুnāṛi-bhutuNoun
পেটৰ ভিতৰৰ সকলো যন্ত্ৰ।