← ফুৰি যাওক

নাহা

nāhā

অৰ্থ

1.

মৰম; প্ৰেম; ; "নেহা" চোবাঁ।

affection; love

বি.

2.

স্বামী; যেনে-"হা প্ৰভু আমাৰ টিকৰ নিজ নাহা" (মা. ক., অযোধ্যাকাণ্ড)

a husband; lord

বি.

3.

নাশোঁতা; যেনে-"ব্ৰাহ্মণসকলে স্বস্তি পঢ়ন্তোক দুস্তৰৰ হুয়ো নাহা" (মা. ক., লঙ্কাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ