← ফুৰি যাওক

নাহৰফুটুকী

nāharaphuṭukī

অৰ্থ

1.

গাহ নাহৰ ফুলৰ নিচিনা ফুট থকা এজাতি বাঘ; হোঁকোৰা-বাঘ

a leopard; a panther; Felis pardus

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাহৰফুটুকী · অসমীয়া অভিধান