← ফুৰি যাওকনাড়িnāṛiঅৰ্থ1.গাৰ তেজ চলা সিৰa veinবি.সমাৰ্থক শব্দনাড়ী · nāṛī2.পেটৰ ভূঁৰুৰ লগত সংযোগ থকা নলাthe intestinal canalবি.সমাৰ্থক শব্দনাড়ী · nāṛī3.বায়ু, পিত্ত, কফ আদিৰ অবস্হা বুজোবা সিৰpulseবি.সমাৰ্থক শব্দনাড়ী · nāṛīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ