কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এৰণিNoun
এৰা বা ত্যাগ কৰা কাৰ্য্য; . মুক্তি; ৰক্ষা; যেনে-"ইবাৰ তাৰ এৰণ নাই"
the act of leaving or abandoning ; freedom from restraint; escape
- এৰণ্ডeraṇḍaNoun
এৰা গছ; [ইয়াৰ পাত এৰী-মুগাক খুবায়]
the castor oil plant; palma christi
- এৰদীয়াe.ro.di.yaProper Adj.
এদিনৰ ৰ’দতে শুকোৱা বা একেদিনাই শুকোৱা ৷
dried in the sun on the same day.
- এৰাerāNoun
এৰা।
- এৰা কাট্erā, kāṭ
অস্হায়ী বাম খেতি কৰিবৰ কাৰণে হাবি কাট বা জোৰ্
to cut down jungle for temporary high land cultivation (jhumming)
- এৰা খা
অস্হায়ী বাম খেতি কৰ্; জুম (ঝুম) খেতি কৰ্
to carry on jhum or temporary cultivation
- এৰা ধৰা কৰ্e.ra dho.ra korVerb-Trans.
এৰা ধৰাৰ মাজেদি উভয় পক্ষক সন্তোষ দে আৰু নিষ্পত্তি কৰ্
to settle through negotiation
- এৰা ধৰাকৈe.ra dho.ra.koiAdverb
হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |
Now and then or here and there.
- এৰা পৰ্erā, par
ব্যবহাৰ নোহোবাকৈ পৰি থাক্; যেনে-"বানপানীৰ নিমিত্তে বহুত মাটি এৰা পৰিল
to be abandoned
- এৰা বোটল্erā, boṭal
লোকে এৰি খোবা বস্ত্ত লৈ বা পাবলৈ বিচাৰ্; লোকে ভালখিনি বা সৰহভাগ নিয়াৰ পাছত এৰিহাখিনি বিচাৰ্
to take or look for what has been rejected by others
- এৰা সুঁতিe.ra xu~.tiProper Noun
নৈয়ে এৰি যোৱা পানী থকা সুঁতি ৷
An abandoned channel of river.
- এৰা-এৰিerā-eriNoun
পৰস্পৰ সম্বন্ধ বা সঙ্গ-ত্যাগ
separation from each other
- এৰা-খাঁতীerā-khām̐tīNoun
ঘৰশালিকাৰ বৰণৰ কিন্ত্ত তাতকৈ কিছু সৰু এবিধ চেঁ চেঁ শব্দ কৰা চৰাই
a kind of small bird
- এৰা-চৰাইerā-carāiNoun
ঘৰশালিকাৰ বৰণৰ কিন্ত্ত তাতকৈ কিছু সৰু এবিধ চেঁ চেঁ শব্দ কৰা চৰাই
a kind of small bird
- এৰা-ধৰাerā-dharāNoun
অঙ্কৰ বিশেষকৈ খাজনাৰ মুঠৰ ভগ্নাংশ বা নিচেই কম ভাগ এৰি দিয়া বা ধৰি লোবা; যেনে-
- এৰা-পাতerā-pātaNoun
এৰাপাত। ৰ
- এৰা-পৰলীয়াera-po.ro.li.yaVerbal Adj.
পুনৰ ঘূৰি নহাৰ মানসেৰে এৰি যোৱা
left without intending to return or unattended
- এৰা-ৰাৰীerā-rārīNoun
এৰি খৈ যোবা বাৰী
abandoned homestead
- এৰাই চল্e.rai solVerb-Intran.
এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
to keep at a distance or to take another direction at a distance.
- এৰাই পৰ্e.rai porVerb-Intran.
To fall down from somewhere naturally attached to.