এৰা-ধৰা
erā-dharā
অৰ্থ
1.
অঙ্কৰ বিশেষকৈ খাজনাৰ মুঠৰ ভগ্নাংশ বা নিচেই কম ভাগ এৰি দিয়া বা ধৰি লোবা; যেনে-
বি.
2.
পাই বা তাতকৈ বেছি হ'লে এক অনা বুলি ধৰা আৰু তাতকৈ কম হ'লে এৰি দিয়া
adding or rejecting fractions in calculation
বি.
3.
এবাৰ ধৰা আৰু এবাৰ এৰা; মন পুতি নকৰা; যেনে-"কামত এৰা-ধৰা কৰা ভাল নহয়'।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ