এৰা
erā
অৰ্থ
1.
2.
এৰণ্ড; এৰা গছ।
3.
লোকে এৰি যোবা; ব্যবহাৰ নকৰা; পৰিত্যাগ কৰা
refused or left behind
বিণ.
4.
হয়; কোনো কথা স্বীকাৰ কৰা মাত
yes
ক্ৰি. বিণ.
5.
মুকলি হ; মুক্ত হ; ৰক্ষা পৰ্; সাৰ্; নিলগ হ
to be free; to escape; to separate
অক. ধা.
6.
এওঁ-লোক; (সম্ভ্ৰমাৰ্থক) এওঁ।
সৰ্ব্ব.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ