এৰা পৰ্
erā, par
অৰ্থ
1.
ব্যবহাৰ নোহোবাকৈ পৰি থাক্; যেনে-"বানপানীৰ নিমিত্তে বহুত মাটি এৰা পৰিল
to be abandoned
2.
কহ হ; যেনে-"জ্বৰ এৰা পৰিছে।" বিণ. এৰাপৰনীয়া, এৰা-পৰলীয়া বিণ. মানুহে এৰি বা পলাই যোবাৰ বাবে ব্যবহাৰ নোহোবাকৈ থকা; মানুহ নথকা
deserted
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ