কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাওদাংsao`.dangProper Noun
আহোমৰ দিনৰ আৰক্ষী বিষয়াৰ সমকক্ষ । টাঙন বা অস্ত্ৰধাৰী অসম ৰজাৰ দিনৰ এটা খেল আছিল আৰু ৰজাৰ আজ্ঞাৰে দোষীবিলাকক ইহঁতৰ হতুৱাই বধ কৰাইছিল৷
Equivalent to Police Officials in the Ahom Kingdom
- চাওলুং চুকাফাsao`.lung su.ka.phaProper Noun
৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম ৰজা আৰু আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা৷ অসমৰ সকলো জাতি-জনজাতিক একগোট কৰি ছ্যুকাফাই অসমীয়া এটা সৱল জাতি হিচাপে প্ৰতিষ্ঠিত কৰিছিল৷ ছ্যুকাফা তাই বা থাই গোষ্ঠীৰ ’শান’ সকলৰ বংশধৰ৷ আহোমৰ আদিপুৰুষ লেংডনৰ আজোনাতি চাও চাং ন্যেওৰ পুত্ৰ৷ ১২২৮ চনৰ ১৬ আঘোণৰ দিনা ছ্যুকাফা অসম সোমায়৷ মৃত্যু ১২৬৮ চনত৷
the first Ahom king in medieval Assam, was the founder of the Ahom kingdom. A Tai prince originally from Mong Mao, the kingdom he established in 1228 existed for nearly six hundred years and in the process unified the various tribal and non-tribal peoples of the region that left a deep impact on the region. In reverence to his position in Assam's history the honorific Chaolung is generally associated with his name (Chao: lord; Lung: great). Since 1996 December 2 has been celebrated in Assam as the Sukaphaa Divas, or Asom Divas (Assam Day), to commemorate the advent of the first king of the Ahom kingdom in Assam after his journey over the Patkai Hills.
- চাকcākaNoun
কুমাৰে চক্ৰ, কলহ গঢ়া ঘূৰণীয়া যন্ত্ৰ; . ঘূৰণীয়াকৈ পতা খেৰৰ মেজি
a potter's wheel ; a heap of straw placed in a circular form
- চাক ধৰ্
হিলৈ বা কাঁড় টোঁবা বা লক্ষ্য কৰ্
to take aim
- চাক-চিকcāka-cikaNoun
খোবাত-পিন্ধাত অতিপাত বাছ-বিচাৰ
fastidiousness in dress and food
- চাকচক্যsak.so.kyoAbstract Noun
সুন্দৰ আৰু আৱেদনময় চেহেৰাৰে আনক আকৰ্ষণ বা উত্তেজিত কৰিব পৰা গুণ থকা ৷
the quality of fascinating, alluring, or attracting, esp. by a combination of charm and good looks
- চাকচিক্যcākacikyaNoun
উজ্জ্বলতা।
- চাকজালcākajālaNoun
পলৰ নিচিনাকৈ বোবা ঘূৰণীয়া আকৱতিৰ এবিধ জাল
a conical net tied on a bamboo frame in the form of a circle
- চাকতিcākatiNoun
লুচি বেলা পীৰা
a pastry board
- চাকনৈয়াsak.noi.yaAbstract Noun
কোনো তৰল বা গেছীয় পদাৰ্থৰ চক্ৰ গতি।
Circular motion of a liquid or gas.
- চাকমাsak.maProper Noun
ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশত বাস কৰা এবিধ জনগোষ্ঠী৷ বাংলাদেশৰ চিটাগং এলেকাতো এই গোষ্ঠীৰ লোক আছে৷
a group of people residing in the Indian states of Tripura, Mizoram and Arunachal Pradesh and in some parts of Bangladesh.
- চাকলিcākaliNoun
পাতল চেপেটা ঘূৰণীয়া আকাৰৰ বস্ত্ত; যেনে-"সোণৰ চাকলি কাটি তাত আখৰ বহুবাই মোহৰ সোণ তৈয়াৰ কৰে"
flat and circular piece
- চাকলি-কটা
চাকলি তৈয়াৰ কৰা অস্ত্ৰ। চেপেটা বস্ত্ত ঘূৰণীয়াকৈ কটা অস্ত্ৰ
an instrument with which a flat and circular thing is made; a wafer cutter
- চাকলি-পীৰাNoun
ঘূৰণীয়া পীৰা
a round low stool
- চাকলি-মণিNoun
গলপতা।
- চাকাcākāNoun
চকৰি; গাড়ী আদিৰ ঘিলা
a wheel
- চাকিcākiNoun
গলপতা।
- চাকি চাsa.ki saVerb-Trans.
মুখত আহাৰৰ অলপ অংশ লৈ সোৱাদ কেনে হৈছে লৈ চা৷
to put a small amount of food or drink in mouth to find out the flavour or quality
- চাকি পাত ্cāki, pāta
কাপোৰত ঘূৰণীয়া ফুল তোল্
to weave round figured flowers into a cloth
- চাকি লগা
বন্তি জ্বলা
to light a lamp