চাক
cāka
অৰ্থ
1.
কুমাৰে চক্ৰ, কলহ গঢ়া ঘূৰণীয়া যন্ত্ৰ; . ঘূৰণীয়াকৈ পতা খেৰৰ মেজি
a potter's wheel ; a heap of straw placed in a circular form
বি.
2.
চক্ৰবাণৰ চকা
catherine wheel
বি.
3.
পলৰ ঘূৰণীয়া মেৰ; যেনে-"আজি সি পলৰ চাক ভৰাই মাছ আনিছে।"
বি.
4.
ঘূৰণীয়া বস্ত্ত
a round thing
বি.
5.
ঘূৰণীয়া বাঁহৰ কামিৰ বাওত জৰীৰে জাল বৈ সজা এটা যতন [সেই জালত মুগা-পলুৰ খৰিকা আঁৰি থয়।]।
বি.
6.
হিলৈ বা কাড় টোঁওবা বা লক্ষ্য কৰা কাৰ্য্য
the pointing of a gun or an arrow towards an object; an aim
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ