← ফুৰি যাওক

চাকলি

cākali

অৰ্থ

1.

পাতল চেপেটা ঘূৰণীয়া আকাৰৰ বস্ত্ত; যেনে-"সোণৰ চাকলি কাটি তাত আখৰ বহুবাই মোহৰ সোণ তৈয়াৰ কৰে"

flat and circular piece

বি.

2.

ৰূপ বা সোণৰ মোহৰ

a silver or gold coin

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাকলি · অসমীয়া অভিধান