চাকি
cāki
অৰ্থ
1.
গলপতা।
বি.
2.
বস্তি জলোবা ঘূৰণীয়া পাত্ৰ; প্ৰদীপ
a small vessel on which light is made by burning oil; a lamp; a light
বি.
3.
গঁথা ফুলৰ ঘূৰণীয়া থোপা
a small round bunch of flowers strung together
বি.
4.
ৰূপ বা সোণৰ সৰু সৰু চাকলি গাঁথি কৰা ডিঙিত পিন্ধা অলঙ্কাৰ
a necklace
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ